ଅର୍ଥ : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা
ଉଦାହରଣ :
বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল
ସମକକ୍ଷ : থাকি যোৱা
ଅର୍ଥ : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
ଉଦାହରଣ :
মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
ସମକକ୍ଷ : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰখা
ଅର୍ଥ : কোনো বিশেষ কাৰণত কোনো কাম নোহোৱাকৈ থাকি যোৱা
ଉଦାହରଣ :
পৰীক্ষাত মোৰ দুটা প্রশ্ন ৰৈ গʼল
ସମକକ୍ଷ : বাদ পৰিল
ଅର୍ଥ : বাকী থাকি যোৱা
ଉଦାହରଣ :
ভালে কেইবাৰ ঘঁহি ্ঘঁহি ধোৱাৰ পিছতো এই দাগটো ৰৈ গʼল