ଅର୍ଥ : চকুৰ মণিৰ পিছৰ আলোক সুবেদী আৱৰণ বা ত্বক
ଉଦାହରଣ :
ৰেটিনাত হেঁচ্া খোৱাৰ ফলত তেওঁৰ ্ সোঁচকুটো অপাৰেচন কৰিব লগা হʼল
ସମକକ୍ଷ : অক্ষিপট, চক্ষুপট, দৃষ্টি পটল
ଅର୍ଥ : নেত্রগোলকৰ সকলোতকৈ ভিতৰৰ অংশ বা তৃতীয় স্তৰ যাৰ ওপৰত কোনো বস্তুৰ প্রতিবিম্ব গঠন হয়
ଉଦାହରଣ :
ৰেটিনাৰ আগত প্রতিবিম্ব গঠন হʼলে তাক মায়ʼপিয়া বোলা হয়