ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ
ଉଦାହରଣ : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে
ସମକକ୍ଷ : আনন, গঢ়, চেহেৰা, ঠগ, বদন, মুখ
ଅର୍ଥ : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)
ଉଦାହରଣ : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে
ସମକକ୍ଷ : আকৃতি, ৰচনা
ଅର୍ଥ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ଉଦାହରଣ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
ସମକକ୍ଷ : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত
ଅର୍ଥ : মুদ্রা, গহণা, বাচন আদি তৈয়াৰ কৰা এবিধ বগা উজ্জ্বল ধাতু
ଉଦାହରଣ : তেওঁ ্ ৰূপৰ গহণা পিন্ধিছিল
ସମକକ୍ଷ : ৰজত, ৰূপা
ଅର୍ଥ : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
ଉଦାହରଣ :
ସମକକ୍ଷ : আকাৰ, গঠন, গঢ়, মূর্তৰূপ, স্বৰূপ
ଅର୍ଥ : পদ বা শ্্ব্দৰ আটাইতকৈ সৰু একক
ଉଦାହରଣ : ৰূপ দুই প্রকাৰৰ, মুক্ত আৰু বদ্ধ
ଅର୍ଥ : যি এক বিশেষ আকাৰত প্রদর্শিত বা অভিব্যক্ত হয়
ଉଦାହରଣ : কালী দুর্গাৰ এক ৰৌদ্র ৰূপ
ଅର୍ଥ : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য
ଉଦାହରଣ : তেওঁৰ ্ কান্তি নিৰুপম
ସମକକ୍ଷ : কান্তি, সৌন্দর্য
ସଂସ୍ଥାପନ କରନ୍ତୁ