ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ৰুচিৰ অনুকূল বা ভাল লগা
ଉଦାହରଣ : এইয়া মোৰ পচন্দৰ খাদ্য
ସମକକ୍ଷ : পচন্দৰ, প্রিয়, ভাল লগা-, মনঃপুত, মনপচন্দ, মনোমত
ଅର୍ଥ : যি ৰুচিৰে ভৰপূৰ
ଉଦାହରଣ : তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে
ସମକକ୍ଷ : ভাল, ৰসাল, ৰুচিসম্পন্ন, ৰোচক
ଅର୍ଥ : ৰুচি উৎপন্ন কৰোঁতা
ଉଦାହରଣ : মোৰ মায়ে ৰুচিকৰ আহাৰ ৰান্ধে
ସଂସ୍ଥାପନ କରନ୍ତୁ