ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ৰুক্ষ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ৰুক্ষ   বিশেষণ

ଅର୍ଥ : যাৰ ব্যৱহাৰ কঠোৰ বা যি কঠোৰ ব্যৱহাৰ কৰে

ଉଦାହରଣ : আমাৰ প্রধান শিক্ষকজন বৰ ৰুক্ষ, তেওঁ সকলো শিশুৰ লগতে কঠোৰ ব্যৱহাৰ কৰে

ସମକକ୍ଷ : কঠোৰ ব্যৱহাৰ, ৰুক্ষ ব্যৱহাৰ

ଅର୍ଥ : যʼত প্রেম বা স্নেহ নাথাকে

ଉଦାହରଣ : তেওঁৰ ৰুক্ষ আমন্ত্রণক মই অস্বীকাৰ কৰিলো

ସମକକ୍ଷ : প্রেমহীন, স্নেহৰহিত

ଅର୍ଥ : যাৰ উপৰিভাগ ঠায়ে ঠায়ে ওখ-চাপৰ

ଉଦାହରଣ : বাঢ়ৈয়ে খহটা পাটখনক ৰাণ্ডা মাৰি মিহি কৰিছে

ସମକକ୍ଷ : অসমান, খহটা

ଅର୍ଥ : তেল, ঘিঁউ আদি তেলীয়া বস্ত নথকা বা নিমিহলোৱা বস্তু

ଉଦାହରଣ : খেতিয়কজনে প্রসন্নতাৰে শুকান ৰুটি আৰু চাটনি খাই আছে

ସମକକ୍ଷ : শুকান