ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী
ଉଦାହରଣ : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা
ସମକକ୍ଷ : কায়দা, ঢঙ, নিয়ম, পদ্ধতি, বিধি, শৈলী
ଅର୍ଥ : বহুদিনৰ পৰা প্রায় একেদৰেই চলি অহা প্রথা বা বিচাৰ
ଉଦାହରଣ : সকলো সমাজৰে বৈবাহিক পৰম্পৰা বেলেগ বেলেগ
ସମକକ୍ଷ : দস্তুৰ, প্রথা, পৰম্পৰা, ৰীতি-নীতি
ସଂସ୍ଥାପନ କରନ୍ତୁ