ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ৰিয়েল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ৰিয়েল   বিশেষ্য

ଅର୍ଥ : ব্রাজিলত চলা মুদ্রা

ଉଦାହରଣ : এক কিলো ব্রাজিল নাট কিমান ৰিয়েলত আহে?

ଅର୍ଥ : ছৌদি আৰবত প্রচলিত মুদ্রা

ଉଦାହରଣ : জমীলে ছৌদি আৰব ৰিয়েল সলনি কৰি এয়াৰপʼর্টতে ৰুপী বা টকা লৈ লৈছিল

ସମକକ୍ଷ : ছৌদি আৰব ৰিয়েল

ଅର୍ଥ : য়েমেন তথা ইৰাণত চলা মুদ্রা

ଉଦାହରଣ : তেওঁ ৰিয়েলক ভাৰতীয় টকালৈ সলালে

ଅର୍ଥ : ওমানত প্রচলিত মুদ্রা

ଉଦାହରଣ : তেওঁ ঘৰলে এহেজাৰ ওমানী ৰিয়েল পঠিয়ালে

ସମକକ୍ଷ : ওমানী ৰিয়েল

ଅର୍ଥ : কম্বোডিয়াত প্রচলিত মুদ্রা

ଉଦାହରଣ : এক ইউৰো পাঁচ হাজাৰ দুশ তেইশ ৰিয়েলৰ সমান

ଅର୍ଥ : এক পুৰণি স্পেনিচ মুদ্রা

ଉଦାହରଣ : তেওঁৰ ওচৰত পাঁচ ৰিয়েল আছে

ସମକକ୍ଷ : ৰেয়াল

ଅର୍ଥ : য়েমেনত প্রচলিত মুদ্রা

ଉଦାହରଣ : য়েমেনি ৰিয়েলৰ তুলনাত ইৰাণী ৰিয়েলৰ মূল্য অধিক

ସମକକ୍ଷ : য়েমেনি ৰিয়েল

ଅର୍ଥ : ইৰাণত প্রচলিত মুদ্রা

ଉଦାହରଣ : এক ইৰাণয়ান ৰিয়েল ভাৰতীয় বাৰ টকাৰ সমান হয়

ସମକକ୍ଷ : ইৰাণিয়ান ৰিয়েল