ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো দেশৰ প্রশাসনীয় দল বা চৰকাৰ
ଉଦାହରଣ : দেশে অতি সোনকালেই কেইখনমান নতুন আঁচনি আৰম্ভ কৰিব
ସମକକ୍ଷ : চৰকাৰ, দেশ
ଅର୍ଥ : এখন নির্দিষ্ট সংবিধান মানি চলা বিভিন্ন ৰাজ্য, নগৰ আদি থকা পৃথিৱীৰ এক বিশেষ ভূ-ভাগ
ଉଦାହରଣ : ভাৰতবর্ষ ্মোৰ দেশ দেশতকৈ মোমাই ডাঙৰ নহয়
ସମକକ୍ଷ : দেশ
ଅର୍ଥ : কোনো দেশত বাস কৰা লোক
ଉଦାହରଣ : গান্ধীজীৰ মৃত্যুত গোটই দেশে কান্দিছিল
ସଂସ୍ଥାପନ କରନ୍ତୁ