ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ৰাশি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ৰাশি   বিশেষ্য

ଅର୍ଥ : ক্রান্তিবৃত্তত থকা বাৰটা তৰা সমষ্টিৰ প্রত্যেকটো যি কেইটা হৈছে মেষ, বৃষ, মিথুন, কর্কট, সিংহ, কন্যা, তুলা, মকৰ, কুম্ভ আৰু মীন

ଉଦାହରଣ : মোৰ ৰাশি কন্যা

ଅର୍ଥ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট

ଉଦାହରଣ : এক কোটি বহুত ডাঙৰ সংখ্যা

ସମକକ୍ଷ : অংক, অঙ্ক, সংখ্যা

ଅର୍ଥ : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি

ଉଦାହରଣ : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল

ସମକକ୍ଷ : গোট, দʼম, সমষ্টি, সমূহ