ଅର୍ଥ : সংস্কৃতত লিখা যিখন গ্রন্থত ৰামৰ চৰিত্রৰ বিস্তৃত বিৱৰণ আছে
ଉଦାହରଣ :
ৰামায়ণ আদি কবি বাল্মীকিৰ দ্বাৰা ৰচিত
ସମକକ୍ଷ : বাল্মীকি ৰামায়ণ
ଅର୍ଥ : কোনো বিষয়ৰ লগত সম্বন্ধ নথকা অনাৱশ্যকীয় বৃত্তান্ত
ଉଦାହରଣ :
এতিয়া আপুনি নিজৰ ৰামায়ণ বন্ধ কৰক
ଅର୍ଥ : ৰামৰ চৰিত্রৰ ্বর্ণ্্না থকা তুলসীদাসে অৱধীত ৰচনা কৰা গ্রন্থ
ଉଦାହରଣ :
এই মন্দিৰত ৰামচৰিত মানসৰ পাঠ চলি আছে
ସମକକ୍ଷ : ৰামচৰিত মানস, ৰামচৰিতমানস