ଅର୍ଥ : কিন্বন প্রক্রিয়াৰে প্রস্তুত কৰা এক প্রকাৰৰ মদ
ଉଦାହରଣ :
তেওঁ ঘৰত অকলে বহি মদ খাই আছে
ସମକକ୍ଷ : ৰম
ଅର୍ଥ : ভগৱানৰ অৱতাৰ বুলি ধৰা দশৰথ ৰজাৰ পুত্র
ଉଦାହରଣ :
প্রতিজন হিন্দুৱে ভগৱান ৰামৰ পূজা কৰে
ସମକକ୍ଷ : দশৰথ নন্দন, দাশৰথ দাশৰথি, ৰঘুকুলনন্দন, ৰঘুতিলক, ৰঘুনাথ, ৰঘুপতি, ৰঘুবৰ, ৰঘুমণি, ৰামচন্দ্র