ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ৰজাৰ পত্নী
ଉଦାହରଣ : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল
ସମକକ୍ଷ : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মহাৰাণী, মহিষী, মাদৈ, সম্রাজ্ঞী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী
ଅର୍ଥ : কোনো ঠাই বা দেশৰ মুখ্য মহিলা শাসক:ৰাজিয়া চুলতানা, লক্ষ্মী বাই আদি ৰাণীসকলে নিজৰ পৰাক্রমেৰে শত্রুৰ সৈতে সমানে যুঁজিছিল
ଉଦାହରଣ :
ସମକକ୍ଷ : পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, বেগম, মহাদৈ, মহাৰাণী, মাদৈ
ଅର୍ଥ : * কোনো বিশেষ খেলৰ ক্ষেত্রত শী্র্ষত ্ বা সকলোতকৈ ওপৰত থকা খেলুৱৈ
ଉଦାହରଣ : ফেডাৰাৰ টেনিচৰ সম্রাট চানিয়াও কেতিয়াবা টেনিচৰ ৰাণী হৈ যাব পাৰে
ସମକକ୍ଷ : ওজা, বাদশ্বাহ, মহাৰজা, মহাৰাণী, সম্রাজ্ঞী, সম্রাট, ৰজা
ସଂସ୍ଥାପନ କରନ୍ତୁ