ଅର୍ଥ : চলনশীল বস্তু আদিয়ে এঠাইৰ পৰা আন এঠাইলৈ যাবৰ কাৰণে সাজু হোৱা
ଉଦାହରଣ :
এই ৰেলগাড়ীখনে দহ বজাত বাৰাণসীলৈ প্রস্থান কৰিব
ସମକକ୍ଷ : প্রস্থান কৰা
ଅର୍ଥ : কোনো প্রাণী, বস্তু আদি এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা কার্য
ଉଦାହରଣ :
মন্ত্রী মহোদয় এতিয়া ইয়াৰ পৰা যাব
ସମକକ୍ଷ : গমন কৰা, প্রস্থান কৰা, যোৱা