ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এঠাইৰ পৰা আন ঠাইলৈ যোৱা কার্য
ଉଦାହରଣ : ৰামৰ বন গমনৰ খবৰ পাই অযোধ্যাবাসী দুখত ভাগি পৰিল আমি আধা ঘণ্টাৰ পিছত প্রস্থান কৰিম
ସମକକ୍ଷ : গমন, গুচি যোৱা-, প্রস্থান, প্রয়াণ, পয়াণ, যোৱা-, স্থানত্যাগ, স্থানান্তৰ
ଅର୍ଥ : যি কʼৰবাৰ পৰা অন্য কোনো ঠাইলৈ গতি কৰি কৰিছে
ଉଦାହରଣ : দর্শনৰ ্কাৰণে ৰাওনা হোৱা সাধুসকল মন্দিৰত গৈ পালেগৈ
ଅର୍ଥ : কোনো নির্দিষ্ট কামৰ কাৰণে প্রেৰণ কৰা
ଉଦାହରଣ : পর্যবেক্ষণৰ কাৰণে চৰকাৰৰ দ্বাৰা পঠোৱা দল ইয়াত আহি পাইছেহি
ସମକକ୍ଷ : পঠোৱা
ସଂସ୍ଥାପନ କରନ୍ତୁ