ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো ৰজাৰ অধীনত বা তেওঁৰ ্ ৰাজ্যত থকা লোক
ଉଦାହରଣ : ৰজা হর্ষবর্দ্ধনৰ ্ ৰাজত্বকালত প্রজা সুখেৰে আছিল
ସମକକ୍ଷ : জন, জন-সাধাৰণ, জনসাধাৰণ, প্রজা, পৰজা, মানুহ-দুনুহ, লোক-সাধাৰণ, লোকজন, ৰায়ত
ଅର୍ଥ : মানুহৰ সমষ্টি বা সমূহ
ଉଦାହରଣ : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল
ସମକକ୍ଷ : জনগণ, জনতা, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি
ଅର୍ଥ : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়
ଉଦାହରଣ : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে
ସମକକ୍ଷ : জনতা, জনমানস
ଅର୍ଥ : পৃথিৱীত থকা লোক
ଉଦାହରଣ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
ସମକକ୍ଷ : জগত, জনতা, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ