ଅର୍ଥ : শাৰীৰিক প্রক্রিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা গ্রন্থি বা কোশিকাৰ পৰা নিগৰিত দ্রৱ বিশেষ
ଉଦାହରଣ :
লালটি, হৰমোন আদি ৰসে মানৱ শৰীৰত বিশেষ ভূমিকা পালন কৰে
ସମକକ୍ଷ : স্রাৱ
ଅର୍ଥ : কোনো পদার্থৰ ্সাৰ বা মূল ভাগ
ଉଦାହରଣ :
ৰস কেইবাপ্রকাৰৰ আছে
ଅର୍ଥ : উদ্ভিদ অথবা তাৰ ফুল-পাত আদিত থকা বিশেষ এক ধৰণৰ তৰল পদার্থ ্যাক মোহাৰিলে বা চেপিলে এই তৰল পদার্থ ওলাই আহে
ଉଦାହରଣ :
নিম পাতৰ ৰস খালে আৰু ছালত লগালে চর্মৰোগ ভাল হয়