ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ৰবৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ৰবৰ   বিশেষ্য

ଅର୍ଥ : বট গছৰ জাতিৰ এজোপা বৃক্ষ

ଉଦାହରଣ : ৰবৰ গছৰ পৰা গাখীৰৰ দৰে এবিধ বগা আঠালেটীয়া পদার্থ ্ওলায় যাক শুকুৱাই ৰবৰ প্রস্তুত কৰা হয়

ସମକକ୍ଷ : ৰবৰ গছ

ଅର୍ଥ : ৰবৰ গছৰ পৰা ওলোৱা বগা আঠালেটীয়া ৰস শুকুৱাই তৈয়াৰ কৰা এবিধ পদার্থ

ଉଦାହରଣ : আমাৰ দৈনন্দিন জীৱনত আৱশ্যক হোৱা বহুতো বস্তু ৰবৰৰ পৰা তৈয়াৰ কৰা হয়

ଅର୍ଥ : পেঞ্চিল আদিৰে লিখা অংশ মোহাৰিব পৰা ৰবৰৰ টুকুৰা বিশেষ

ଉଦାହରଣ : এই ভুল উত্তৰটো ৰবৰেৰে মোহাৰি শুদ্ধ উত্তৰটো লিখা