ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ৰচনা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ৰচনা   বিশেষ্য

ଅର୍ଥ : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)

ଉଦାହରଣ : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে

ସମକକ୍ଷ : আকৃতি, ৰূপ

ଅର୍ଥ : কোনো বিষয়ৰ বিশ্লেষণাত্মক বিৱৰণ যʼত নির্দিষ্ট বিষয়টোৰ লগত সম্বন্ধ থকা বিভিন্নজনৰ মতামত, মন্তব্য, তথ্য আদিৰ তুলনামূলক আৰু পাণ্ডিত্যপূর্ণ আলোচনা কৰা হয়

ଉଦାହରଣ : নিবন্ধকাৰজনে এই প্রবন্ধটোৰ জৰিয়তে জাতীয়তাবাদৰ বিষয়ে আলোকপাত কৰিছে

ସମକକ୍ଷ : নিবন্ধ, প্রবন্ধ, লেখা

ଅର୍ଥ : অনেক অৱয়বযুক্ত ৰচনা

ଉଦାହରଣ : মানুহৰ আভ্যন্তৰীণ শাৰীৰিক গঠন জটিল

ସମକକ୍ଷ : গঠন

ଅର୍ଥ : সাহিত্য সম্বন্ধীয় কৃতি

ଉଦାହରଣ : তুলসীদাসৰ ৰামচৰিত মানস বিশ্ব প্রসিদ্ধ সাহিত্য কৃতি

ସମକକ୍ଷ : সাহিত্য কৃতি, সাহিত্যিক ৰচনা

ଅର୍ଥ : ৰচনা কৰা বা বনোৱা কার্য ্বা ভাব

ଉଦାହରଣ : ধর্মগ্রন্থ অনুসৰি জগতৰ সৃষ্টি ব্রহ্মাই কৰিছিল

ସମକକ୍ଷ : নির্মিতি, নি্র্মাণ, সর্জ্জন, সৃজন, সৃষ্টি, স্রজন

ৰচনা   ক্ৰিয়া

ଅର୍ଥ : কোনো সাহিত্যিক কৃতিৰ নি্র্মাণ কৰা

ଉଦାହରଣ : তেওঁ ্এটা নতুন কবিতা ৰচনা কৰিছে