ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)
ଉଦାହରଣ : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে
ସମକକ୍ଷ : আকৃতি, ৰূপ
ଅର୍ଥ : কোনো বিষয়ৰ বিশ্লেষণাত্মক বিৱৰণ যʼত নির্দিষ্ট বিষয়টোৰ লগত সম্বন্ধ থকা বিভিন্নজনৰ মতামত, মন্তব্য, তথ্য আদিৰ তুলনামূলক আৰু পাণ্ডিত্যপূর্ণ আলোচনা কৰা হয়
ଉଦାହରଣ : নিবন্ধকাৰজনে এই প্রবন্ধটোৰ জৰিয়তে জাতীয়তাবাদৰ বিষয়ে আলোকপাত কৰিছে
ସମକକ୍ଷ : নিবন্ধ, প্রবন্ধ, লেখা
ଅର୍ଥ : অনেক অৱয়বযুক্ত ৰচনা
ଉଦାହରଣ : মানুহৰ আভ্যন্তৰীণ শাৰীৰিক গঠন জটিল
ସମକକ୍ଷ : গঠন
ଅର୍ଥ : সাহিত্য সম্বন্ধীয় কৃতি
ଉଦାହରଣ : তুলসীদাসৰ ৰামচৰিত মানস বিশ্ব প্রসিদ্ধ সাহিত্য কৃতি
ସମକକ୍ଷ : সাহিত্য কৃতি, সাহিত্যিক ৰচনা
ଅର୍ଥ : ৰচনা কৰা বা বনোৱা কার্য ্বা ভাব
ଉଦାହରଣ : ধর্মগ্রন্থ অনুসৰি জগতৰ সৃষ্টি ব্রহ্মাই কৰিছিল
ସମକକ୍ଷ : নির্মিতি, নি্র্মাণ, সর্জ্জন, সৃজন, সৃষ্টি, স্রজন
ଅର୍ଥ : কোনো সাহিত্যিক কৃতিৰ নি্র্মাণ কৰা
ଉଦାହରଣ : তেওঁ ্এটা নতুন কবিতা ৰচনা কৰিছে
ସଂସ୍ଥାପନ କରନ୍ତୁ