ଅର୍ଥ : নিজৰ অধিকাৰলৈ বা ৰক্ষা কৰিবলৈ অনা কার্য
ଉଦାହରଣ :
চুবুৰীয়াৰ গহণাবোৰ মোৰ ঠাইতে ৰাখিছো তেওঁ এজনী গাইগৰু ৰাখিছে
ଅର୍ଥ : স্থিত কৰা
ଉଦାହରଣ :
চন্দুকত বহুমূল্যবান বস্তুবোৰক চম্ভালি ৰখা হয়
ଅର୍ଥ : * কোনো বিশেষ উদ্দেশ্য বা ব্যৱহাৰৰ বাবে বেলেগকৈ ৰখা
ଉଦାହରଣ :
এই সামগ্রী পূজাৰ বাবে ৰখা হৈছে এই স্থান এক ধর্মীয় সংস্থাৰ বাবে সমর্পিত কৰা হৈছে
ସମକକ୍ଷ : সমর্পিত কৰা
ଅର୍ଥ : প্রস্থান নকৰা বা আগুৱাই নোযোৱা:পথ অৱৰোধ হৈ থকাৰ কাৰণে আমি এঘণ্টা ধৰি তাত ৰৈ থাকিবলগীয়া হʼল
ଉଦାହରଣ :
ସମକକ୍ଷ : ৰৈ থকা
ଅର୍ଥ : কাৰোবাৰ কাৰণে ঠাই সুৰক্ষিত কৰা
ଉଦାହରଣ :
নাটক চাবৰ কাৰণে তেওঁ ্মোলৈ আসন ৰাখিলে
ଅର୍ଥ : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
ଉଦାହରଣ :
মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
ସମକକ୍ଷ : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰৈ যোৱা
ଅର୍ଥ : প্রস্তুত কৰা
ଉଦାହରଣ :
তেখেতে নিজৰ চিন্তাধাৰা সভাত ৰাখিলে
ଅର୍ଥ : কোনো ধৰণৰ জ্ঞান, গুণ আদি মনত ধাৰণ কৰা কার্য
ଉଦାହରଣ :
তেওঁ বিজ্ঞানৰ বিষয়ৰ বহুত খবৰ ৰাখে