ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ৰক্ষক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ৰক্ষক   বিশেষ্য

ଅର୍ଥ : যিজন ব্যক্তিয়ে ৰক্ষা কৰে

ଉଦାହରଣ : দেশৰ ৰক্ষকে নিজৰ প্রাণৰ কথা চিন্তা নকৰি সীমান্তত পহৰা দি থাকে

ସମକକ୍ଷ : আৰক্ষক, ৰক্ষা কর্তা, ৰখীয়া

ଅର୍ଥ : যিজনে কাৰোবাক মুক্ত কৰাত সহায় কৰে বা কাৰোবাৰ কষ্ট আদি দূৰ কৰে

ଉଦାହରଣ : আধুনিক সমাজত কিছুমান লোকে ত্রাণকর্তা হোৱাৰ ভাও ধৰে

ସମକକ୍ଷ : উদ্ধাৰকাৰী, ত্রাণকর্তা

ৰক্ষক   বিশেষণ

ଅର୍ଥ : ৰক্ষা কৰোঁতা

ଉଦାହରଣ : মন্ত্রীৰ দেহৰক্ষী সন্ত্রাসবাদীৰ বলি হʼল

ସମକକ୍ଷ : দেহৰক্ষী, ৰক্ষাকর্তা