ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শৰীৰৰ সিৰা-উপসিৰাত প্রবাহিত ৰঙা ৰঙৰ জুলীয়া পদার্থ
ଉଦାହରଣ : শৰীৰৰ পৰা তেজ ওলাই থকা স্বত্বেও সৈনিকজনে যুদ্ধক্ষেত্রত যুঁজি থাকিল
ସମକକ୍ଷ : খুন, তেজ, তেজকুৰ, লহু, লোহিত, শোণিত, ৰুধিৰ
ଅର୍ଥ : যি কিহবাৰ প্রতি অত্যধিক অনুৰক্ত
ଉଦାହରଣ : সংসাৰৰ বস্তুবোৰে মানুহৰ মনক আসক্ত কৰি ক্ষণিকৰ বাবেহে সুখ প্রদান কৰে
ସମକକ୍ଷ : আসক্ত, মুগ্ধ, মোহাবিষ্ট, মোহিত
ସଂସ୍ଥାପନ କରନ୍ତୁ