ଅର୍ଥ : নব্বৈৰ লগত ন যোগ কৰিলে পোৱা সংখ্যাবিশেষ
ଉଦାହରଣ :
নিৰান্নব্বৈ এশতকৈ মাত্র এক কম
ସମକକ୍ଷ : নিৰান্নব্বৈ
ଅର୍ଥ : নব্বৈ আৰু ন
ଉଦାହରଣ :
এই বস্তুটোৰ মূল্য নিৰান্নব্বৈ টকা মাত্র
ସମକକ୍ଷ : চাৰিকুৰি ঊনৈশ, নিৰানবৈ, নিৰান্নব্বৈ