ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : অংকৰ স্থানৰ হিচাপত এককৰ ঘৰৰ পৰা হিচাপ কৰিলে পোৱা পঞ্চম স্থান, যʼত দহ হাজাৰ গুণিতক পোৱা যায়
ଉଦାହରଣ : পঁছিশ হাজাৰত দুইটো অযুতৰ ঘৰৰ সংখ্যা
ସମକକ୍ଷ : অযুত, দহ হাজাৰ, ০০০, ১০
ଅର୍ଥ : দহ হাজাৰ যোগ কৰিলে পোৱা সংখ্যা
ଉଦାହରଣ : তেওঁ দহ ্ হাজাৰৰ কাৰণে শিশুজনক অপহৰণ কৰিছিল
ସମକକ୍ଷ : দহ হাজাৰ, ০০০, ১০
ଅର୍ଥ : দহ হাজাৰ............
ଉଦାହରଣ : তেওঁ ্ মোক দহ হাজাৰ টকা খুজিলে
ସମକକ୍ଷ : এক অযুত, দহ হাজাৰ, ০০০, ১০
ସଂସ୍ଥାପନ କରନ୍ତୁ