ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : গছৰ পাতেৰে সজা জুপুৰী বা পঁ্জা
ଉଦାହରଣ : প্রাচীন কালত মুনি, তপস্বী আদিয়ে বনত পর্ণকুটীৰ সাজি বাস কৰিছিল
ସମକକ୍ଷ : পর্ণকুটীৰ
ଅର୍ଥ : ঘাঁহ-খেৰ আদিৰে সজা সৰু ঘৰ
ଉଦାହରଣ : ৰামে গাঁৱৰ বাহিৰত থাকিবৰ কাৰণে এটা পঁ্জা সাজিলে
ସମକକ୍ଷ : কুটীৰ, খুপৰি, খেৰীঘৰ, জুপুৰী, টোকোৰা পঁ্জা, পঁ্জা, পর্ণকুটীৰ, বহা
ସଂସ୍ଥାପନ କରନ୍ତୁ