ଅର୍ଥ : অপকাৰ কৰোতা ব্যক্তি
ଉଦାହରଣ :
অপকাৰীয়ে জীৱনত কেতিয়াও সুখ লাভ কৰিব নোৱাৰে
ସମକକ୍ଷ : অনিষ্টকাৰী, অপকাৰী
ଅର୍ଥ : অনর্থ ্বা ধ্বংস কৰোঁতা
ଉଦାହରଣ :
গুজৰাটত হোৱা ধ্বংসকাৰী ভূমিকম্পই বহুতকে অনাথ কৰিলে
ସମକକ୍ଷ : ধ্বংসকাৰী, প্রলংয়কাৰী