ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ঘাঁহ-বন বা গছৰ পাতৰ দৰে যি ৰং
ଉଦାହରଣ : চিত্রকৰজনে ভাটোটোৰ গাত সেউজীয়া ৰং দিছে
ସମକକ୍ଷ : কলপতীয়া, কলপতীয়া ৰং, শ্যামল, শ্যামলিমা, সেউজীয়া, সেউজীয়া বৰণ, সেউজীয়া ৰং, হৰিৎ বৰণ
ଅର୍ଥ : সেউজীয়া গছ-গছনিৰ সমূহ বা বিস্তাৰ
ଉଦାହରଣ : বর্ষা ঋতুত সেউজীয়া বৃদ্ধি পায়
ସମକକ୍ଷ : সেউজীয়া
ସଂସ୍ଥାପନ କରନ୍ତୁ