ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ হৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

হৰা   ক্ৰিয়া

ଅର୍ଥ : কোনো লোক আদিক বলপূর্বকভ্াৱে উঠাই লৈ যোৱা

ଉଦାହରଣ : সন্ত্রাসবাদীয়ে কাশ্মীৰৰ এগৰাকী মন্ত্রীৰ জীয়েকক অপহৰণ কৰিলে

ସମକକ୍ଷ : অপহৰণ কৰা, হৰণ কৰা

ଅର୍ଥ : প্রতিযোগিতা, যুদ্ধ, খেল আদিত সফল নোহোৱাৰ কাৰণে হাতৰ পৰা তাৰ সৈতে সম্পর্কযুক্ত বস্তু যাবলৈ দিয়া

ଉଦାହରଣ : ৰামানাথে জুৱাত পাঁচ হাজাৰ টকা হাৰিলে

ଅର୍ଥ : যুদ্ধ, খেল, প্রতিযোগিতা আদিত প্রতিপক্ষৰ সন্মুখত বিফল হোৱা কার্য

ଉଦାହରଣ : মহাভাৰতৰ যুদ্ধত কৌৰৱ পক্ষ হাৰিছিল

ସମକକ୍ଷ : অসফল হোৱা, পৰাজিত হোৱা

ଅର୍ଥ : প্রচেষ্টা কৰি বিফল হোৱা

ଉଦାହରଣ : মই জীৱনত হাৰিছোঁ

ସମକକ୍ଷ : অসফল হোৱা