ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ হোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

হোৱা   ক্ৰিয়া

ଅର୍ଥ : কোনো কার্যৰ ্বাকী নথকা

ଉଦାହରଣ : আপোনাৰ ভাত খোৱা হʼল নেকি

ଅର୍ଥ : কোনো বিশেষ অৱস্থাত থকা

ଉଦାହରଣ : ইয়াৰ জলবায়ু প্রায়েই একে থাকে ইয়াত মেʼজুন মাহত বৰ গৰম পৰে

ସମକକ୍ଷ : থকা-, পৰা-

ଅର୍ଥ : ভাগৰ ৰূপত হোৱা বা তাৰ দ্বাৰা বনোৱা

ଉଦାହରଣ : সপ্তপুৰিত অযোধ্যাৰো সমাবেশ হৈছেএই সূচীত ডাঙৰ ডাঙৰ লিখকৰ নামৰো সমাবেশ হৈছে

ସମକକ୍ଷ : সমাবেশ হোৱা

ଅର୍ଥ : কোনো বিশিষ্ট অথবা নিশ্চিত স্থিতি বা অৱস্থাত থকা

ଉଦାହରଣ : এতিয়া গধূলি হʼল মেঘৰ পৰা বৰষুণ হয়

ଅର୍ଥ : প্রমাণিত হোৱা

ଉଦାହରଣ : অৱশেষত মোৰ কথা সঁ্চা হʼল

ସମକକ୍ଷ : প্রমাণিত হোৱা

ଅର୍ଥ : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা

ଉଦାହରଣ : হিমালয় ভাৰতৰ উত্তৰ দিশত আছে

ସମକକ୍ଷ : থকা, স্থিত হোৱা

ଅର୍ଥ : এটা ৰূপৰ পৰা সলনি হৈ আন এটা ৰূপ হৈ যোৱা বা বর্ত্্মানতকৈ পৃথক হোৱা

ଉଦାହରଣ : মোৰ ছোৱালী নাটকত ৰাণী লক্ষ্মীবীঈ হৈছিল

ଅର୍ଥ : কাপোৰ, গহনা আদি শৰীৰ শুৱনি হোৱাকৈ পৰিধান কৰা

ଉଦାହରଣ : ইমান সৰু কামিজটো মোৰ শৰীৰত নহʼব

ସମକକ୍ଷ : খাপ খোৱা, ফিট হোৱা

ଅର୍ଥ : প্রতিৰূপ হোৱা

ଉଦାହରଣ : মানস একেবাৰে নিজৰ মাকৰ নিচিনা হৈছে

ଅର୍ଥ : ঘটনাৰ ৰূপত হোৱা

ଉଦାହରଣ : এই দুর্ঘটন্াটো মোৰ চকুৰ আগতে ঘটিছে

ସମକକ୍ଷ : ঘটা, ঘটিত হোৱা