ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু আদি নির্দিষ্ট ঠাইৰ পৰা আঁতৰ হোৱা
ଉଦାହରଣ : মেজত থোৱা কিতাপখন কʼত হেৰাল
ସମକକ୍ଷ : উৰা
ଅର୍ଥ : অসাৱধানতা বশতঃ বা মনত নৰখাৰ কাৰণে হেৰাই যোৱা
ଉଦାହରଣ : মোৰ চাবিপাত হেৰাল
ଅର୍ଥ : দেখা নোপোৱা
ଉଦାହରଣ : তেওঁৰ ্চেহেৰাৰ হাঁহিটো হেৰাই গʼল
ସମକକ୍ଷ : হেৰাই যোৱা
ଅର୍ଥ : যিটো হেৰাইছে
ଉଦାହରଣ : পুলিচে নিৰুদ্দেশ ব্যক্তিৰ সন্ধান কৰি আছে
ସମକକ୍ଷ : নিৰুদ্দেশ
ସଂସ୍ଥାପନ କରନ୍ତୁ