ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
ଉଦାହରଣ : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়
ସମକକ୍ଷ : অর্থ, কাৰক, কাৰণ, নিমিত্ত, মূল
ଅର୍ଥ : প্রমাণিত কৰা কোনো কথা
ଉଦାହରଣ : উকীলে হেতুৰ সন্ধানত লাগি আছে
ଅର୍ଥ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ
ଉଦାହରଣ : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?
ସମକକ୍ଷ : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, মতলব, লক্ষ্য
ଅର୍ଥ : মূল কাৰণ
ଉଦାହରଣ : সমস্যাৰ হেতুৰ প্রতি ধ্যান দি সমাধান বিচাৰক
ସଂସ୍ଥାପନ କରନ୍ତୁ