ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ হেঙাৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

হেঙাৰ   বিশেষ্য

ଅର୍ଥ : কোনো কাম, পথ, বিকাশ আদিৰ সন্মুখত উপস্থিত হৈ অসুবিধাৰ সৃষ্টি হোৱা অৱস্থা

ଉଦାହରଣ : মোহনে মোৰ সকলো কামতে বাধা জন্মায়

ସମକକ୍ଷ : অন্তৰায়, অসুবিধা, অৱৰোধ, আলৈ-আহুকাল, আহুকাল, জেঙা, নিষেধ, প্রতিবন্ধ, প্রতিবন্ধক, প্রতিবন্ধকতা, বাধা, বাধা-নিষেধ, বাধা-বিঘিনি, বাধাদান, বিঘিনি, ব্যাঘাত, লেঠা, হকা-বধা, হেঙা-পুঙা

ଅର୍ଥ : লাঠি, কামি আদিক আয়তীয় আকাৰত বান্ধি তৈয়আৰ কৰা এক অৱৰোধক

ଉଦାହରଣ : পুখুৰীৰ চাৰিওফালে হেঙাৰ লগোৱা আছে

ସମକକ୍ଷ : বেৰা, ৰেলিঙ