ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ হুলস্থূল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

হুলস্থূল   বিশেষ্য

ଅର୍ଥ : বহুতো মানুহে একেলগে চিঞৰ মৰা কার্য যʼত শৰীৰ হালি-জালি দুলি থাকে

ଉଦାହରଣ : লʼৰা-ছোৱালীবোৰে ছাদৰ ওপৰত হাই-উৰুমি কৰি আছে

ସମକକ୍ଷ : আটাহ, উসমিস, কিৰিলি, কুমৰধ্বনি, কেলৌ-কেচৌ, কেলৌ-মেলৌ, কোর্হাল, গণ্ডগোল, গোলমাল, তোলপাৰ, ফুৰুলি, হাই, হাই-উৰুমি, হাল্লা, হুলদিল, হৈ-চৈ, ৰিঙা-ৰোৱা

ଅର୍ଥ : ব্যৱস্থাৰ অভাৱ

ଉଦାହରଣ : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়

ସମକକ୍ଷ : অব্যৱস্থা, গণ্ডগোল, গোলমাল, ঘমঘণ্ট, বিশৃংখলা

ଅର୍ଥ : চিঞৰিলে বা ডাঙৰকৈ উচ্চাৰণ কৰি কথা পাতিলে হোৱা শ্্ব্দ

ଉଦାହରଣ : শিক্ষকজন শ্রেণীকোঠাৰপৰা ওলোৱাৰ পিছতে ছাত্র-ছাত্রীবোৰে হুলস্থূল কৰিবলৈ ধৰিলে

ସମକକ୍ଷ : কিৰিলি, কেলকেলনি, কেলমেলনি, কেলৌ-মেলৌ, কোর্হাল, কোলাহল, গণ্ডগোল, চিঞৰ-বাখৰ, হল্লা, হাই, হাই-উৰুমি, হাল্লা, হৈ-চৈ

ଅର୍ଥ : জনসাধাৰণৰ মাজত সংশয়ৰ কাৰণে হোৱা কোলাহল আৰু লৰা-ধপৰাৰ এক অৱস্থা

ଉଦାହରଣ : গাঁৱত ডকাইত অহাৰ লগে-লগে হুলস্থূল লাগিল

ସମକକ୍ଷ : হৈ-চৈ

ଅର୍ଥ : কোনো সাধাৰণ কথাক ডাঙৰ কৰি পেলোৱা বা হাই-কাজিয়াৰ এক ৰূপ

ଉଦାହରଣ : আপুনি কথাটোত হুলস্থূল কৰি আমাৰ মাজত কাজিয়া লগাই দিলে

ସମକକ୍ଷ : উখল-মাখল, ঘমঘণ্ট