ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ হুমুনিয়াহ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

হুমুনিয়াহ   বিশেষ্য

ଅର୍ଥ : দুর্বল আৰু নির্দোষী লোকক আমনি বা অত্যাচাৰ কৰাৰ বাবে তেওঁলোকে মনত পোৱা কষ্ট

ଉଦାହରଣ : নির্দোষী প্রজাৰ হুমুনিয়াহেই অত্যাচাৰী ৰজাৰ বিনাশৰ কাৰণ হʼল

ଅର୍ଥ : দুখত বা উদাস হৈ থাকিলে লোৱা ঠাণ্ডা শ্বাস

ଉଦାହରଣ : ৰামুৱে হুমুনিয়াহ কাঢ়িলে আৰু ৰামৰ কাহিনী কʼবলৈ ধৰিলে

ସମକକ୍ଷ : হা-হুমুনিয়াহ