ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : (ডাঙৰে সৰুক) অমুক কার্য এনেদৰেহে হোৱা উচিত বুলি কোৱা কার্য
ଉଦାହରଣ : তেওঁ শিক্ষকৰ নির্দেশ অনুসৰি কাম কৰি সফল হʼল
ସମକକ୍ଷ : অনুজ্ঞা, আজ্ঞা, আদেশ, দিহা, দিহা-পোহা, দিহা-যুগুতি, দেশনা, নির্দেশ, নির্দে্শনা, ফৰমাচ, ফৰমান
ଅର୍ଥ : ডাঙৰে সৰুক কোনো কামৰ কাৰণে কোৱা কার্য
ଉଦାହରଣ : ডাঙৰৰ আজ্ঞা পালন কৰা উচিত
ସମକକ୍ଷ : অনুজ্ঞা, আজ্ঞা, আদেশ
ସଂସ୍ଥାପନ କରନ୍ତୁ