ଅର୍ଥ : প্রত্যাহ্বান জনোৱা শ্্ব্দ বিশেষ
ଉଦାହରଣ :
শত্রুৰ হুংকাৰ শুনি ্তেওঁ ্বাহিৰলৈ ওলায় আহিল
ଅର୍ଥ : কোনো কাম কৰিবৰ কাৰণে উচ্চ স্তৰত চিঞৰি উৎসাহিত কৰা কার্য
ଉଦାହରଣ :
হালোৱাজনে বাৰে-বাৰে দিয়া হুংকাৰত বলদহাল বেগাই যাবলৈ ধৰিলে
ଅର୍ଥ : ভয় ভীত কৰোৱাৰ কাৰণে জোৰেৰে ডাঙৰকৈ কৰা শ্্ব্দ
ଉଦାହରଣ :
ভীমৰ হুংকাৰ শুনি কৌৰৱ পক্ষ সন্ত্রস্ত হৈ পৰিল
ସମକକ୍ଷ : গর্জন