ଅର୍ଥ : ভাৰতৰ উত্তৰ আৰু মধ্য ভাগত কোৱা আৰু দেৱনাগৰী লিপিত লিখা ভাষা বিশেষ
ଉଦାହରଣ :
হিন্দী ভাৰতৰ ৰাষ্ট্রভাষা
ସମକକ୍ଷ : হিন্দী ভাষা
ଅର୍ଥ : যি বিষয়ত হিন্দী ভাষা আৰু তাৰ সাহিত্য, ব্যাকৰণ আদি অধ্যয়ন কৰা হয়
ଉଦାହରଣ :
মই হিন্দীত এশ শতাংশ নম্বৰ লাভ কৰিছোঁ
ଅର୍ଥ : হিন্দী ভাষাৰ বা হিন্দী ভাষাৰ সৈতে সম্বন্ধ থকা
ଉଦାହରଣ :
মই হিন্দী চিনেমা চাবলৈ ভাল পাওঁ