ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যʼত লাভ হয় বা যিয়ে লাভ দিয়ে
ଉଦାହରଣ : চৰকাৰে চলোৱা সকলোবোৰ কৃষি ্সম্পর্কীয় ্আঁচনি কৃষকৰ কাৰণে লাভজনক
ସମକକ୍ଷ : লাভজনক, লাভদায়ক
ଅର୍ଥ : কল্যাণ কৰোতা
ଉଦାହରଣ : সাধুজনৰ উপদেশ কল্যাণকাৰী
ସମକକ୍ଷ : কল্যাণকাৰী, কল্যাণপ্রদ, কল্যাণময়, মংগলকাৰক, মংগলকাৰী, মংগলজনক, মংগলদায়ক, মংগলপ্রদ, মংগলময়, মঙ্গলকাৰী, হিতকাৰক, হিতকৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ