ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য
ଉଦାହରଣ : সকলোৰে মংগল হোৱা কাম কৰা উচিত
ସମକକ୍ଷ : কল্যাণ, ভাল, মংগল, লাভ
ଅର୍ଥ : কাৰোবাৰ ভাল বা হিতসাধন কৰা কার্য
ଉଦାହରଣ : সৎলোকে সকলোৰে উপকাৰ সাধে
ସମକକ୍ଷ : উপকাৰ, ভাল
ସଂସ୍ଥାପନ କରନ୍ତୁ