ଅର୍ଥ : আয়-ব্যয় আদিৰ বিৱৰণ
ଉଦାହରଣ :
বেংক কর্তৃপক্ষই প্রতিমাহতে হিচাপ-নিকাচ কৰে
ସମକକ୍ଷ : হিচাপ, হিচাব, হিচাব-নিকাচ
ଅର୍ଥ : কোনো বস্তু, কাম আদিৰ বিৱৰণ
ଉଦାହରଣ :
এই পুৰণি মন্দিৰটোৰ হিচাব-নিকাচ পূজাৰীৰ হাতত আছে
ସମକକ୍ଷ : লেখ-জোখ, হিচাব-নিকাচ