ଅର୍ଥ : কোনো পদার্থৰ ্এটা বা দুয়োটা মূৰ কোনো ফালে প্রবৃত্ত হোৱা
ଉଦାହରଣ :
বৃদ্ধাৱস্থাত কঁ্কাল হালি পৰে
ସମକକ୍ଷ : দো খোৱা
ଅର୍ଥ : উপৰি ভাগৰ কোনো অংশ তলৰফাললৈ নামি অহা
ଉଦାହରଣ :
ফলেৰে লোমা-লোম দি থকা গছজোপা হালি পৰিল
ସମକକ୍ଷ : অৱনমিত হোৱা, নমিত হোৱা