ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : হালধি, কেশৰ আদিৰ ৰঙৰ দৰে ৰং
ଉଦାହରଣ : এঠাইত হালধীয়া আৰু আন ঠাইত ৰঙা ভৰোৱা
ସମକକ୍ଷ : হালধীয়া ৰং
ଅର୍ଥ : কেশৰৰ ৰঙৰ
ଉଦାହରଣ : যজ্ঞথলীৰ ঠায়ে-ঠায়ে হালধীয়া ধ্বজা উৰি আছিল
ଅର୍ଥ : হালধিৰ দৰে ৰঙৰ
ଉଦାହରଣ : তেওঁ পিন্ধা কাপোৰখন হালধীয়া
ସମକକ୍ଷ : পাণ্ডুৰ, পীতাভ, হাৰিদ্র
ସଂସ୍ଥାପନ କରନ୍ତୁ