ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ
ଉଦାହରଣ : তাৰ হাতত বৰ জোৰ আছে
ସମକକ୍ଷ : কৰ, পাণি, ভূজ, হস্ত
ଅର୍ଥ : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ
ଉଦାହରଣ : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল
ସମକକ୍ଷ : কৰ, হস্ত
ଅର୍ଥ : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল
ଉଦାହରଣ :
ସମକକ୍ଷ : কৰ, পাণি, হস্ত
ଅର୍ଥ : মণিবন্ধৰ আগৰ অংশ
ଉଦାହରଣ : তেওঁৰ ্হাতখন মেছিনটোৰ তলত সোমাই গʼল
ସମକକ୍ଷ : কৰ
ଅର୍ଥ : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য
ଉଦାହରଣ : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে
ସମକକ୍ଷ : দখল, সামর্থ্য
ଅର୍ଥ : সা-সঁজুলি আদিৰ ধৰা অংশ
ଉଦାହରଣ : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে
ସମକକ୍ଷ : ঠাৰি, মুঠি, হাতোৰা, হেণ্ডেল
ସଂସ୍ଥାପନ କରନ୍ତୁ