ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো নির্দিষ্ট সময়, তিথি, বাৰ বা উপলক্ষত বস্তু বিক্রী কৰা স্থান বিশেষ
ଉଦାହରଣ : লʼৰা-ছোৱালীকেইটালৈ বজাৰৰ পৰা কাপোৰ আনিবলৈ আছে
ସମକକ୍ଷ : বজাৰ
ଅର୍ଥ : কোনো নির্দিষ্ট সময়, বাৰ, তিথি বা উপলক্ষত দোকান আদি বহা কার্য
ଉଦାହରଣ : ইয়াত প্রতি শনিবাৰে বজাৰ বহে
ଅର୍ଥ : যি ঠাইত হৰেক ৰকমৰ বস্তু বিক্রী হয়
ଉଦାହରଣ : তেওঁ কিছুমান বস্তু কিনিবলৈ বজাৰলৈ গৈছে
ସମକକ୍ଷ : বজাৰ, মার্কেট, হাটখোলা
ସଂସ୍ଥାପନ କରନ୍ତୁ