ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দহটা এশ যোগ কৰিলে যি সংখ্যা পোৱা যায়
ଉଦାହରଣ : পাঁচশ আৰু পাঁচশ মিলি হাজাৰ হয়
ସମକକ୍ଷ : সহস্র
ଅର୍ଥ : অংকৰ গণনাত এককৰ ফালৰ পৰা গণনা কৰিলে চতুর্থ ্স্থানত পোৱা সেই মান যʼত এক হাজাৰ গুণিতকৰ বোধ জন্মে
ଉଦାହରଣ : পাঁচ হাজাৰ দুইত পাঁচটো হাজাৰৰ স্থানত আছে
ସମକକ୍ଷ : হেজাৰ
ଅର୍ଥ : দহ শ
ଉଦାହରଣ : তেওঁ ্মোৰ পৰা হাজাৰ টকা ধাৰ লʼলে
ସମକକ୍ଷ : এহাজাৰ, এহেজাৰ, সহস্র, হেজাৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ