ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : শিল, বালি, ইটা, কাঠ আদিৰে নি্র্মাণ কৰা স্থাপত্য বিশেষ
ଉଦାହରଣ : এই ভৱনটো নি্র্মাণ কৰোতে তিনিবছৰ লাগিছে
ସମକକ୍ଷ : অট্টালিকা, ইমাৰত, কাৰেং, দালান, প্রাসাদ, বাস্তু, ভৱন, মহল, সৌধ, হাবেলি
ଅର୍ଥ : বেৰেৰে ঘেৰি সাজি লোৱা মানুহ থকা ঠাই
ଉଦାହରଣ : এই ঘৰটোত পাঁচটা কোঠা আছে
ସମକକ୍ଷ : আবাসস্থান, আলয়, গৃহ, ঘৰ, ঘৰ-দুৱাৰ, ঘৰ-বাৰী, নিলয়
ସଂସ୍ଥାପନ କରନ୍ତୁ