ଅର୍ଥ : বিচাৰি সন্মুখত ৰখা কার্য
ଉଦାହରଣ :
পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে
ସମକକ୍ଷ : উলিওৱা
ଅର୍ଥ : নিজৰ হাতলৈ অহা আনৰ কোনো বস্তু নিজৰ ওচৰত ৰাখি থোৱা
ଉଦାହରଣ :
শীলাই নিজৰ ননদৰ গহনাখিনি হস্তগত কৰিছে