ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ হজম ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

হজম   বিশেষ্য

ଅର୍ଥ : খোৱা আহাৰ পেটলৈ গৈ শৰীৰত প্রয়োজন হোৱা পদার্থৰ ৰূপত পৰি্ৱর্তন ্হোৱা প্রক্রিয়া

ଉଦାହରଣ : আহাৰ ভালদৰে হজম নোহোৱাৰ কাৰণে কোষ্ঠবদ্ধতা ৰোগ হয়

ସମକକ୍ଷ : পাচন, পাচন ক্রিয়া

হজম   বিশেষণ

ଅର୍ଥ : বেইমানী বা অনুচিত ৰীতিৰে অধিকাৰ কৰা

ଉଦାହରଣ : সৰু ভায়েকৰ হজম কৰা ধনে তেওঁক ্নাটিলে