ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পানীৰ ডাঙৰ কুণ্ড বা গাঁত
ଉଦାହରଣ : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে
ସମକକ୍ଷ : খাল, জলাশয়, নাদ পুষ্কৰিণী, পুখুৰী, সৰোবৰ, হ্রদ
ଅର୍ଥ : প্রাকৃতিকভাৱে হোৱা দীঘে-পথালিয়ে বহু ঠাই আগুৰি থকা জলভাগ
ଉଦାହରଣ : তেওঁ সৰোবৰত গা ধুই আছে
ସମକକ୍ଷ : জলাশয়, ডুবি, ডোবা, তৰাগ, পুষ্কৰিণী, লেʼক, সৰোবৰ, হ্রদ
ସଂସ୍ଥାପନ କରନ୍ତୁ