ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : অকপট হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ : সৰলতা মানুহৰ ভাল চৰিত্রৰ এটা লক্ষণ
ସମକକ୍ଷ : ঋজুতা, কপটহীনতা
ଅର୍ଥ : সামান্য বা সাধাৰণ হোৱাৰ ভাব বা অৱস্থা
ଉଦାହରଣ : চাৰিত্রিক সৰলতা ডাঙৰ-ডাঙৰ বিদ্বানৰ এক গুণ
ସମକକ୍ଷ : অমায়িকতা, ঋজুতা, সহজতা, সামান্যতা
ଅର୍ଥ : সহজ হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ : মোৰ কাৰণে যি কাম কঠিন আছিল অৰুণাই তাক সহজতে কৰি দিলে
ସମକକ୍ଷ : ঋজুতা, সহজ, সহজতা
ସଂସ୍ଥାପନ କରନ୍ତୁ