ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ সৰল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

সৰল   বিশেষণ

ଅର୍ଥ : যিটো সহজে বুজা যায়

ଉଦାହରଣ : ৰামচৰিত মানস এখন বোধগম্য গ্রন্থ

ସମକକ୍ଷ : বোধগম্য, বোধ্য, সহজ, সহজ-সৰল, সুবোধ

ଅର୍ଥ : মনত জটিলতা নথকা আৰু পোনপটীয়া স্বভাৱৰ:আজিকালি সৰল মানুহক বুর্বক বুলিহে কয়

ଉଦାହରଣ :

ସମକକ୍ଷ : অমায়িক, উদাৰ-চিতীয়া, খোলামনৰ, চিধা, চিধা-চাধা, নির্জু, পেটেমুখে একে, সহজ, সহজ-সৰল, সৰল-চিতীয়া, সৰলপ্রকৃতি, সৰলমতি, সৰলমনা, সৰলস্বভাৱ, সৰলহৃদয়, হলহলীয়া, হোজা, ্ ঠাণ্ডা-মুণ্ডা

ଅର୍ଥ : কোনো বিশেষ আড়ম্বৰ নোহোৱাকৈ

ଉଦାହରଣ : বাবা আমটেই সাধাৰণ জীৱনযাপন কৰিছিল

ସମକକ୍ଷ : সাধাৰণ

ଅର୍ଥ : জটিলতা নোহোৱা আৰু যিটো সোনকালে হয়

ଉଦାହରଣ : ভক্তি ভগৱান লাভৰ সহজ পথ

ସମକକ୍ଷ : অজটিল, অনায়াসসাধ্য, উজু, ঢিলা, সহজ, সহজ-সৰল, সহজসাধ্য, সুকৰ, সুখসাধ্য, সুগম